প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত জেভলিন থ্ৰ'ত ৰূপৰ পদক অৰ্জন কৰা ৰিংকুক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
25 OCT 2023 9:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংজৌ এছিয়ান পেৰা গেমছত জেভলিন থ্ৰ' এফ ৪৬ ইভেণ্টত ৰূপৰ পদক জয় কৰা ৰিংকুক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ
"এছিয়ান পেৰা গেমছত জেভলিন থ্ৰ' এফ৪৬ শাখাত ৰিংকুৰ এক সুন্দৰ ৰূপৰ পদক। তেওঁক অভিনন্দন জনাইছো। তেওঁৰ আগন্তুক প্ৰয়াসৰ বাবে শুভকামনা জনাইছো।
(ৰিলিজ আই ডি : 2190823)
অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam