প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৫ মিটাৰ পিষ্টল মহিলাৰ শ্বুটিং ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰা ইশা সিঙক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
27 SEP 2023 8:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ২৫ মিটাৰ পিষ্টল মহিলাৰ শ্বুটিং শাখাত ৰূপৰ পদক অৰ্জন কৰা ইশা সিঙক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়;
@singhesha10 ৰ দ্বাৰা এক আকৰ্ষণীয় ৰূপ!
২৫ মিটাৰ পিষ্টল মহিলাৰ শ্বুটিং ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰা ইশা সিঙৰ বাবে গৌৰৱান্বিত। তেওঁৰ অসাধাৰণ প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই আমাক গৌৰৱান্বিত কৰিছে।
তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছো।
(रिलीज़ आईडी: 2190737)
आगंतुक पटल : 27
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Telugu
,
Malayalam
,
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Kannada