প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শিক্ষক দিৱস উপলক্ষে শিক্ষাবিদসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

পোষ্ট কৰা হৈছে: 05 SEP 2023 8:11PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিক্ষক দিৱস উপলক্ষে সপোন, ভৱিষ্যত নিৰ্ণয় আৰু কৌতূহল জগাই তোলা শিক্ষাবিদসকলক প্ৰশংসা কৰে।

এক এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"শিক্ষক দিৱসত, আমি সেইসকল শিক্ষকৰ প্ৰশংসা কৰিছো, যিসকলে সপোনক অনুপ্ৰাণিত কৰে, ভৱিষ্যত গঢ়ে আৰু কৌতূহল জগাই তোলে।

কালি শিক্ষকসকলৰ সৈতে হোৱা মত-বিনিময়ৰ কেইটামান গুৰুত্বপূৰ্ণ কথা।"


(ৰিলিজ আই ডি : 2190728) অতিথি কক্ষ : 20