প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছুৰাট ডায়মণ্ড বৰ্চে ছুৰাটৰ ডায়মণ্ড উদ্যোগৰ গতিশীলতা আৰু বিকাশৰ প্ৰদৰ্শন কৰিছে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 19 JUL 2023 12:46PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ চুৰাটত বিশ্বৰ সৰ্ববৃহৎ চুৰাট ডায়মণ্ড বৰ্জৰ কাৰ্যালয় ভৱন মুকলি কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়:

'ছুৰাট ডায়মণ্ড ব'ৰ্ছ'ত ছুৰাটৰ ডায়মণ্ড উদ্যোগৰ গতিশীলতা আৰু বিকাশৰ প্ৰদৰ্শন কৰা হয়। ই ভাৰতৰ উদ্যোগী মনোভাৱৰ এক সাক্ষ্য। ই বাণিজ্য, উদ্ভাৱন আৰু সহযোগিতাৰ এক কেন্দ্ৰ হিচাপে কাম কৰি আমাৰ অৰ্থনীতি আৰু নিয়োগৰ সুযোগ সৃষ্টি কৰিব।


(रिलीज़ आईडी: 2190707) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam