প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তেলেংগানাৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
02 JUN 2023 10:14AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জনাইছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
প্ৰধানমন্ত্ৰীয়ে কয়, "তেলেংগানাৰ প্ৰতিষ্ঠা দিৱসত এই সুন্দৰ ৰাজ্যখনৰ জনসাধাৰণক মোৰ শুভেচ্ছা জনাইছো। ইয়াৰ জনসাধাৰণৰ দক্ষতা আৰু ইয়াৰ সংস্কৃতিৰ সমৃদ্ধিৰ প্ৰতি মানুহে গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। তেলেংগানাৰ কল্যাণ আৰু সমৃদ্ধিৰ বাবে মই প্ৰাৰ্থনা কৰিছো"।
(रिलीज़ आईडी: 2190671)
आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam