প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰণয় এইচ এছ-ক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
27 AUG 2023 3:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৩ বৰ্ষৰ বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰণয় এইচ এছ-ক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
‘বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ ২০২৩-ত @PRANNOYHSPRI-ৰ কি এক উজ্জ্বল সাফল্য! ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো’।
‘প্ৰতিযোগিতাখনত দক্ষতা আৰু কঠোৰ পৰিশ্ৰম তেওঁ উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছে। সকলো বেডমিণ্টনপ্ৰেমীৰ বাবে তেওঁ এক প্ৰকৃত অনুপ্ৰেৰণা’।
***
DS/MK
(ৰিলিজ আই ডি : 2189661)
অতিথি কক্ষ : 21
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam