প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহিলা হকী জুনিয়ৰ এছিয়া কাপ-২০২৩ জয়ৰ বাবে হকী দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
11 JUN 2023 9:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ মহিলা হকী জুনিয়ৰ এছিয়া কাপ জয়ৰ বাবে হকী দলক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়:
"২০২৩ চনৰ মহিলা হকী জুনিয়ৰ এছিয়া কাপ জয়ৰ বাবে আমাৰ যুৱ চেম্পিয়নসকলক অভিনন্দন জনাইছো। দলটোৱে প্ৰচুৰ অধ্যৱসায়, প্ৰতিভা আৰু দলীয় একতা প্ৰদৰ্শন কৰিছে। তেওঁলোকে আমাৰ দেশক অতিশয় গৌৰৱান্বিত কৰিছে। তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছো"।
(रिलीज़ आईडी: 2189617)
आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
Kannada
,
Malayalam
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Nepali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu