প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জনসাধাৰণৰ মাজত কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ গঢ়ি তোলাৰ বাবে কিউব'ন ৰিডছৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 12 JUN 2023 6:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসকলৰ মাজত কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ জগাই তোলাৰ বাবে কিউব'ন ৰিডছ (পঠন সম্প্ৰদায়) ৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে।

লোকসভাৰ সাংসদ শ্ৰী পি চি মোহনৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"পঢ়াৰ আনন্দৰ প্ৰসাৰ কৰাৰ প্ৰশংসনীয় প্ৰয়াস।"


(Release ID: 2189612) Visitor Counter : 7