প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্ৰী এলকে আদৱানী জীক তেওঁৰ জন্মদিন উপলক্ষে সাক্ষাৎ কৰে
পোষ্ট কৰা হৈছে:
08 NOV 2025 8:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী এলকে আদৱানী জীৰ বাসগৃহলৈ গৈ তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কয় যে শ্ৰী এলকে আদৱানী জীয়ে আমাৰ ৰাষ্ট্ৰলৈ অতুলনীয় সেৱা আগবঢ়াইছে আৰু তেওঁৰ এনে কাৰ্য্যই আমাক সকলোকে অসীম প্ৰেৰণা যোগাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
“আজি শ্ৰী এলকে আদৱানী জীৰ বাসগৃহলৈ গৈ তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাওঁ। তেওঁ আমাৰ ৰাষ্ট্ৰলৈ অতুলনীয় সেৱা আগবঢ়াইছে আৰু তেওঁৰ এনে কাৰ্য্যই আমাক সকলোকে অসীম প্ৰেৰণা যোগাইছে।”
***
MJPS/VJ/SB
(ৰিলিজ আই ডি : 2188200)
অতিথি কক্ষ : 24
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam