প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ কেৱাদিয়াত অনুষ্ঠিত একতা পেৰেডৰ উল্লেখযোগ্য আভাস ভাগ-বতৰা কৰে
प्रविष्टि तिथि:
31 OCT 2025 1:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেৱাদিয়াত অনুষ্ঠিত একতা পেৰেডৰ উল্লেখযোগ্য আভাস ভাগ-বতৰা কৰে।
এক্সৰ পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়;
"কেৱাদিয়াত এক উল্লেখযোগ্য একতা পেৰেডত অংশগ্ৰহণ কৰিলোঁ! চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তীত অনুষ্ঠিত এই পেৰেডত ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শিত হৈছিল।"
"কেৱাদিয়াত অনুষ্ঠিত একতা পেৰেডৰ আৰু কিছু আভাস ইয়াত দিয়া হৈছে।"
"একতা পেৰেডৰ আটাইতকৈ প্ৰশংসনীয় অংশবোৰৰ ভিতৰত আছিল থলুৱা প্ৰজাতিৰ কুকুৰৰ প্ৰদৰ্শন।"
"একতা পেৰেডৰ আকাশমাৰ্গৰ প্ৰদৰ্শনৰ অংশটো চাই আপুনি ভাল পাব...।"
***
MJPS/ST/KD
(रिलीज़ आईडी: 2184791)
आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada