প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সমগ্ৰ ভাৰতৰ জনসাধাৰণক সংযোগ কৰা এক গণ আন্দোলনৰ জৰিয়তে নিৰ্মিত ষ্টেচু অব্ ইউনিটী হৈছে চৰ্দাৰ পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি ঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
31 OCT 2025 12:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে 'ষ্টেচু অব্ ইউনিটী' হৈছে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু সমগ্ৰ ভাৰতৰ, বিশেষকৈ গ্ৰামাঞ্চলৰ নাগৰিকে এই প্ৰতিমূৰ্তিটোৰ সৈতে গভীৰ সংযোগ অনুভৱ কৰা গণ আন্দোলনৰ এক উল্লেখযোগ্য নিদৰ্শন।
মোদী আৰ্কাইভ এক্স হেণ্ডেলৰ ধাৰাবাহিক পোষ্টত সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়;
"'ষ্টেচু অব্ ইউনিটি" হৈছে চৰ্দাৰ পেটেলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি আৰু লক্ষণীয় কথাটো হ"ল যে ইয়াক এক গণ আন্দোলনৰ জৰিয়তে নিৰ্মাণ কৰা হৈছিল, য"ত সমগ্ৰ ভাৰতৰ, বিশেষকৈ ভাৰতৰ গাঁওসমূহৰ মানুহে এই প্ৰতিষ্ঠিত মূৰ্তিটোৰ সৈতে সংযুক্ত অনুভৱ কৰিছিল।
কেৱাদিয়া ভ্ৰমণ কৰক আৰু ইয়াৰ বিশালতা নিজেই অনুভৱ কৰক।"
***
MJPS/ST/KD
(रिलीज़ आईडी: 2184786)
आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam