প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

प्रविष्टि तिथि: 22 OCT 2023 9:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

‘এছিয়ান পেৰা গেমছ আৰম্ভ হোৱাৰ লগে লগে মই অতুলনীয় ভাৰতীয় দলটোক শুভেচ্ছা জনাইছো! ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈৰ জীৱন যাত্ৰা অনুপ্ৰেৰণামূলক। তেওঁলোকে ভাৰতীয় ক্ৰীড়া দক্ষতাৰ প্ৰকৃত ৰূপ প্ৰতিফলিত কৰিব বুলি মই আশাবাদী।’

***

DS/TS/DD


(रिलीज़ आईडी: 2184134) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam