প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত মহিলা দ্বৈত বেডমিণ্টনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে মনীষা ৰামাদাস আৰু মনদীপ কৌৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
Posted On:
26 OCT 2023 9:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছত মহিলাৰ ডাবলছ বেডমিণ্টন এছ এল ৩-এছ ইউ ৫ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে মনীষা ৰামাদাস আৰু মনদীপ কৌৰক অভিনন্দন জনায়।
তেওঁ খেলুৱৈদ্বয়ৰ দৃষ্টান্তমূলক সমন্বয় আৰু সংকল্পৰো প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
‘মহিলাৰ ডাবলছ বেডমিণ্টন এছ এল ৩-এছ ইউ ৫ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে মনীষা ৰামাদাস আৰু মনদীপ কৌৰক অভিনন্দন।
তেওঁলোকে দৃষ্টান্তমূলক সমন্বয় আৰু সংকল্প প্ৰদৰ্শন কৰিছে।’
***
DS/RT/DD
(Release ID: 2184118)
Visitor Counter : 7
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam