প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বলিভিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত মহামহিম ৰড্ৰিগো পাজ পেৰেইৰাক অভিনন্দন জনায়
प्रविष्टि तिथि:
21 OCT 2025 6:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বলিভিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত মহামহিম ৰড্ৰিগো পাজ পেৰেইৰাক উষ্ম অভিনন্দন জনায়।
এই সন্দৰ্ভত শ্ৰী মোদীয়ে এক্স-ৰ এটা প’ষ্টত কয়ঃ
"বলিভিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত শ্ৰী ৰড্ৰিগো পাজ পেৰেইৰাক উষ্ম অভিনন্দন জনালোঁ। ভাৰত আৰু বলিভিয়াৰ মাজৰ দীৰ্ঘদিনীয়া ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আমাৰ পাৰস্পৰিকভাৱে উপযোগী সহযোগিতাৰ প্ৰতীক। আগন্তুক সময়ত উমৈহতীয়া প্ৰগতি আৰু সমৃদ্ধিৰ বাবে আমাৰ অংশীদাৰিত্বক গভীৰ কৰিবলৈ মই আগ্ৰহী হৈ উঠিছোঁ।
@Rodrigo_PazP”
***
MJPS/SR/SB
(रिलीज़ आईडी: 2181436)
आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam