প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অলিম্পিকৰ সন্মানীয় পদক লাভ কৰাৰ বাবে এথলীট অভিনৱ বিন্দ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
24 JUL 2024 11:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অলিম্পিক অৰ্ডাৰ লাভ কৰাৰ বাবে এথলীট অভিনৱ বিন্দ্ৰাক অভিনন্দন জনায়।
শ্ৰী মোদীয়ে ক্ৰীড়া আৰু অলিম্পিক আন্দোলনত উল্লেখনীয় অৱদানৰ বাবে ২০০৮ চনৰ অলিম্পিক স্বৰ্ণ পদক বিজয়ী খেলুৱৈগৰাকীক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ
@abhinav_bindra ক অলিম্পিক অৰ্ডাৰ প্ৰদান কৰা হৈছে, এয়া প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিছে। তেওঁক অভিনন্দন জনাইছো। তেওঁ এগৰাকী ক্ৰীড়াবিদ হিচাপে বা আগন্তুক ক্ৰীড়াবিদসকলৰ এজন পৰামৰ্শদাতা হিচাপে, তেওঁ ক্ৰীড়া আৰু অলিম্পিক আন্দোলনত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে"।
DS/RT
(रिलीज़ आईडी: 2178402)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam