প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেডমিণ্টন খেলুৱৈ নিতেশ কুমাৰক স্বৰ্ণ জয়ৰ বাবে অভিনন্দন জনাইছে
পোষ্ট কৰা হৈছে:
02 SEP 2024 8:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সত চলি থকা পেৰিছ পেৰালিম্পিকত পেৰা বেডমিণ্টন পুৰুষৰ ছিংগলছ এছএল৩ ইভেণ্টত স্বৰ্ণ পদক জয়ৰ বাবে নিতেশ কুমাৰক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
"পেৰা বেডমিণ্টন পুৰুষ একক এছএল৩ত নিতেশ কুমাৰৰ এক অসাধাৰণ সাফল্য, কিয়নো তেওঁ স্বৰ্ণ পদক অৰ্জন কৰিছে! তেওঁ নিজৰ অবিশ্বাস্য দক্ষতা আৰু অধ্যৱসায়ৰ বাবে জনাজাত। @niteshnk11 তেখেতে আগন্তুক ক্ৰীড়াবিদসকলক উৎসাহিত কৰি থাকক।
#Cheer4Bharat"
MJPS/RT
(ৰিলিজ আই ডি : 2178310)
অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam