পোষ্ট কৰা হৈছে:
19 NOV 2024 8:41AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাঁছীৰ ৰাণী লক্ষ্মীবাঈক সাহস আৰু দেশপ্ৰেমৰ প্ৰকৃত ৰূপ হিচাপে প্ৰশংসা কৰি তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত তেওঁ কৈছেঃ
সাহস আৰু দেশপ্ৰেমৰ প্ৰকৃত ৰূপ ঝাঁছীৰ ৰাণী লক্ষ্মীবাঈৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ বাবে তেওঁৰ সাহস আৰু প্ৰচেষ্টাই প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। বিপদৰ সময়ত তেওঁৰ নেতৃত্বই প্ৰকৃত সংকল্পৰ পৰিচয় দিছে।
MJPS/SR