প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে পৰিমল নাথৱানিৰ পৰা গিৰ আৰু এছিয়ান সিংহৰ বিষয়ে লিখা গ্ৰন্থ গ্ৰহণ কৰে

प्रविष्टि तिथि: 31 JUL 2024 8:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাৰ সাংসদ পৰিমল নাথৱানিৰ পৰা গীৰ আৰু এছিয়ান সিংহৰ ওপৰত এখন কফি টেবুল গ্ৰন্থ 'গীৰৰ আহ্বান' গ্ৰহণ কৰে।

পৰীমল নাথৱানীয়ে এই গ্ৰন্থখন নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়,

'আপোনাক লগ পাই ভাল লাগিছে, পৰিমল ভাই আৰু গিৰৰ ওপৰত আপোনাৰ কামৰ প্ৰতিলিপি লাভ কৰিছো। মই আপোনাক বন্যপ্ৰাণীৰ প্ৰতি আগ্ৰহী ব্যক্তি হিচাপে সদায়ে চিনি পাই আহিছো আৰু এই কামে নিশ্চয়কৈ গৰ সিংহৰ প্ৰতি আগ্ৰহী সকলোকে সহায় কৰিব। @mpparimal

 

 

DS/ST


(रिलीज़ आईडी: 2178276) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam