প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চুৰাটত #HarGharTiranga অভিযানক লৈ গৌৰৱ প্ৰকাশ কৰে

পোষ্ট কৰা হৈছে: 12 AUG 2024 8:08PM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি #HarGharTiranga অভিযানত অংশগ্ৰহণ কৰা চুৰাটৰ জনসাধাৰণৰ উৎসাহী মনোভাৱক লৈ গৌৰৱ প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে হৰ্ষ সংঘাৱীৰ এটা ভিডিঅ' পোষ্টৰ বিষয়ে মন্তব্য কৰি এক্সত কয়:

 'চুৰাটে সকলো কাম উৎসাহেৰে কৰে আৰু #HarGharTiranga-ও ইয়াৰ ব্যতিক্ৰম নহয়!' 

MJPS/SR


(ৰিলিজ আই ডি : 2178267) অতিথি কক্ষ : 24