প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে জন নায়ক কৰপুৰী ঠাকুৰৰ জন্ম শতবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

সমাজ আৰু ৰাজনীতিত কৰপুৰী ঠাকুৰৰ অনবদ্য প্ৰভাৱ সম্পৰ্কেও তেওঁৰ চিন্তা-চৰ্চা আগবঢ়াইছে

Posted On: 24 JAN 2024 9:22AM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জননায়ক কৰপুৰী ঠাকুৰক তেওঁৰ জন্ম শতবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিশেষ উপলক্ষে আমাৰ চৰকাৰে কৰপুৰী ঠাকুৰক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰিছে।

শ্ৰী মোদীয়ে কৰপুৰী ঠাকুৰৰ সমাজ আৰু ৰাজনীতিৰ ওপৰত অনবদ্য প্ৰভাৱ সম্পৰ্কেও নিজৰ মতামত ব্যক্ত কৰে।

প্ৰধান মন্ত্ৰীয়ে X ত পোষ্ট কৰিছে;

জন নায়ক কৰপুৰী ঠাকুৰজীৰ জন্ম শতবাৰ্ষিকীত মই তেওঁক প্ৰণাম জনাইছো। এই বিশেষ উপলক্ষে আমাৰ চৰকাৰে তেওঁক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰিছে। মই আমাৰ সমাজ আৰু ৰাজনীতিত তেওঁৰ অনবদ্য প্ৰভাৱৰ বিষয়ে কিছু কথা লিখিছো।

DS/ST


(Release ID: 2178190) Visitor Counter : 4