প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মন্দিৰ চৌহদত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম-কাজৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 JAN 2024 9:58PM by PIB Guwahati

 


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ মন্দিৰ চৌহদসমূহত স্বচ্ছতা সম্পৰ্কীয় কাৰ্যকলাপৰ ব্যতিক্ৰমী প্ৰচেষ্টাৰ শলাগ লয়। মহাৰ্ষি বালিমিকি বিমানবন্দৰ, অযোধ্যা ধাম উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মকৰ সংক্ৰান্তি উপলক্ষে মন্দিৰসমূহত স্বচ্ছতা অভিযানৰ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছে:

প্ৰধানমন্ত্ৰীয়ে কয়, "মন্দিৰ চৌহদসমূহত স্বচ্ছতা সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে আজি দিনজুৰি ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে। সমাজৰ সকলো স্তৰৰ লোকে এই প্ৰচেষ্টাক সমৃদ্ধিশালী কৰি তোলাটো অতিশয় উৎসাহজনক। আগন্তুক দিনবোৰত নমো এপত এনেধৰণৰ প্ৰয়াসৰ কথা শ্বেয়াৰ কৰি থাকক।

nm-4.com/swachhteerth " 

DS/PM


(रिलीज़ आईडी: 2178154) आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam