প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিকাশত অৰুণাচল প্ৰদেশে পালন কৰা ভূমিকাত আলোকপাতকাৰী এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে

प्रविष्टि तिथि: 11 OCT 2025 1:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। ইয়াত ৰাষ্ট্ৰখনৰ উন্নয়ন যাত্ৰাত অৰুণাচল প্ৰদেশৰ ৰূপান্তৰশীল আৰু ক্ৰমবৰ্ধমান গুৰুত্বত আলোকপাত কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পোন-প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চল সীমামূৰীয়া অঞ্চলৰ পৰিচয়ৰ উৰ্ধত থাকি ভাৰতৰ বিকাশৰ কাহিনীৰ স্পন্দনশীল কেন্দ্ৰ হৈ উঠিছে। তেখেতে উল্লেখ কৰে যে নতুন বিমানবন্দৰৰ পৰা আত্ম-সহায়ক গোটসমূহক সবলীকৰণলৈকে, যোগাযোগ ব্যৱস্থাৰ পৰা সৃষ্টিশীলতালৈকে অৰুণাচল প্ৰদেশে বিকশিত ভাৰতৰ মনোভাৱকে প্ৰতিফলিত কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীজনৰ প্ৰবন্ধটোলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়;

 

“পোন-প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চল সীমামূৰীয়া অঞ্চলৰ পৰিচয়ৰ উৰ্ধত থাকি ভাৰতৰ বিকাশৰ কাহিনীৰ স্পন্দনশীল কেন্দ্ৰ হৈ উঠিছে। তেখেতে উল্লেখ কৰে যে নতুন বিমানবন্দৰৰ পৰা আত্ম-সহায়ক গোটসমূহক (SHG) সবলীকৰণলৈকে, যোগাযোগ ব্যৱস্থাৰ পৰা সৃষ্টিশীলতালৈকে অৰুণাচল প্ৰদেশে বিকশিত ভাৰতৰ মনোভাৱকে প্ৰতিফলিত কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @JM_Scindia-ৰ এটা অৱশ্য-পঠনীয় লেখা।”
 

***
 

MJPS/ST/SB
 


(रिलीज़ आईडी: 2177783) आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam