প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কুৱেইটৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা আলী আল-য়াহিয়াক আদৰণি প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 04 DEC 2024 8:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুৱেইটৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা আলী আল-য়াহিয়াক আদৰণি জনায়।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

“কুৱেইটৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা আলী আল-য়াহিয়াক ভাৰতলৈ আদৰণি জনাই আনন্দিত হৈছো। ভাৰতীয় নাগৰিকৰ কল্যাণৰ বাবে কুৱেইটৰ নেতৃত্বক ধন্যবাদ জনাইছো। আমাৰ জনসাধাৰণ আৰু অঞ্চলটোৰ স্বাৰ্থত আমাৰ গভীৰ আৰু ঐতিহাসিক সম্পৰ্কক আগুৱাই নিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ।”

****

MJPS/SR/DB


(ৰিলিজ আই ডি : 2176809) অতিথি কক্ষ : 21