প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজস্থানৰ জয়পুৰৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
06 OCT 2025 9:58AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি শোক প্ৰকাশ কৰিছে।
এক্সত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা এইদৰে পোষ্ট কৰা হয়ঃ
‘ৰাজস্থানৰ জয়পুৰৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত হোৱা প্ৰাণহানিৰ ঘটনা অতি দুখজনক। এই দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’
***
MJPS/SR/DD
(रिलीज़ आईडी: 2175250)
आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam