প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইজৰাইলৰ প্ৰধানমন্ত্ৰী, ইজৰাইলৰ জনসাধাৰণ আৰু ইহুদী সম্প্ৰদায়ক ৰোছ হাছানাহৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 22 SEP 2025 10:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু, ইজৰাইলৰ জনসাধাৰণ আৰু সমগ্ৰ বিশ্বৰ ইহুদী সম্প্ৰদায়ক ৰোছ হাছানাহৰ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত লিখেঃ

"শ্বানা টোভা!

মোৰ বন্ধু প্ৰধানমন্ত্ৰী @netanyahu, ইজৰাইলৰ জনসাধাৰণ আৰু বিশ্বৰ ইহুদী সম্প্ৰদায়লৈ #RoshHaShanah ৰ ওপৰত উষ্ম শুভেচ্ছা জনালোঁ। সকলোৰে বাবে শান্তি, আশা আৰু সুস্বাস্থ্যৰে ভৰা নতুন বছৰৰ কামনা কৰিলোঁ।"

***

MJPS/VJ/DB


(ৰিলিজ আই ডি : 2169896) অতিথি কক্ষ : 34