প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        প্ৰধানমন্ত্ৰীয়ে বিগত দশকটোত ভাৰতৰ ডিজিটেল ৰূপান্তৰত আলোকপাতকাৰী এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে
                    
                    
                        
                    
                
                
                    Posted On:
                15 SEP 2025 1:46PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিগত দশকটোত ভাৰতৰ ডিজিটেল ৰূপান্তৰত আলোকপাতকাৰী এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। 
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাও ইন্দ্ৰজিৎ সিঙে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ 
“এই প্ৰবন্ধটোত ৰাজ্যিক মন্ত্ৰী @Rao_InderjitS-এ বিগত দশকটোত জেএএম ত্ৰিনিটি, ইউপিআই, জিইএম, ই-নাম (e-NAM) আদি পদক্ষেপৰ জৰিয়তে ভাৰতৰ ডিজিটেল ৰূপান্তৰত আলোকপাত কৰিছে। 
তেওঁ কৈছে যে ভাৰতৰ ডিজিটেল দশকটো কেৱল প্ৰযুক্তিতে সীমাবদ্ধ নহয়, বৰঞ্চ এয়া ৰূপান্তৰৰ বিষয় আৰু এয়া মাত্ৰ আৰম্ভণিহে। 
https://www.livemint.com/opinion/columns/indias-digital-revolution-a-decade-of-transformation-and-the-road-ahead-11757872803176.html
নমো এপৰ জৰিয়তে”
 
 
***
MJPS/SR/SB
                
                
                
                
                
                (Release ID: 2166823)
                Visitor Counter : 7
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Bengali-TR 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam