প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ২০২৫-ৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে শ্ৰী চিপি ৰাধাকৃষ্ণনক অভিনন্দন জনায়
प्रविष्टि तिथि:
09 SEP 2025 8:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৫-ৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে শ্ৰী চিপি ৰাধাকৃষ্ণনক অভিনন্দন জ্ঞাপন কৰে।
এক্স-ৰ এটা প’ষ্টত তেখেতে লিখিছেঃ
“২০২৫-ৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে শ্ৰী চিপি ৰাধাকৃষ্ণন ডাঙৰীয়াক অভিনন্দন জনালোঁ। তেওঁ সদায় নিজকে সমাজ সেৱা আৰু দৰিদ্ৰ তথা উপান্ত লোকসকলক সবলীকৰণৰ বাবে সমৰ্পিত কৰি আহিছে। তেওঁ আমাৰ সাংবিধানিক প্ৰমূল্যবোধক গভীৰ আৰু সংসদীয় আলাপ-আলোচনা বৃদ্ধিৰে এগৰাকী অসামান্য উপ-ৰাষ্ট্ৰপতি হ’ব বুলি মই নিশ্চিত।
@CPRGuv”
***
MJPS/SR/SB
(रिलीज़ आईडी: 2165128)
आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Telugu
,
Marathi
,
Tamil
,
Kannada
,
Malayalam
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati