প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বান আৰু ভূমিস্খলন পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ হিমাচল প্ৰদেশ আৰু পঞ্জাবলৈ ৰাওনা প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 09 SEP 2025 10:45AM by PIB Guwahati

বান আৰু ভূমিস্খলন পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশ আৰু পঞ্জাৱলৈ ৰাওনা হয়। তেওঁ ভাৰত চৰকাৰৰ সাহায্য আৰু পুনৰসংস্থাপনৰ দায়বদ্ধতাক পুনৰ সুদৃঢ় কৰে।

এক্সত এটা পোষ্টত তেওঁ উল্লেখ কৰে যে,

“বান আৰু ভূমিস্খলন পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ হিমাচল প্ৰদেশ আৰু পঞ্জাৱলৈ ওলাইছো। এই কৰুণ সময়ত ক্ষতিগ্ৰস্তসকলৰ সৈতে ভাৰত চৰকাৰে কান্ধত কান্ধ মিলাই থিয় দিছে।”

*****

MJPS/SR/SKS/KD


(ৰিলিজ আই ডি : 2164871) অতিথি কক্ষ : 23