প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফিডে বিশ্ব কাপৰ ভাৰতলৈ প্ৰত্যাৱৰ্তনক প্ৰধানমন্ত্ৰীৰ আদৰণি

Posted On: 26 AUG 2025 11:30PM by PIB Guwahati

দুই দশকতকৈও অধিক সময়ৰ পিছত সন্মানীয় ফিডে বিশ্ব কাপ ২০২৫ অনুষ্ঠিত কৰিবলৈ ভাৰত সাজু হোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ আৰু উৎসাহ প্ৰকাশ কৰিছে।

 

আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেশ্যনৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই এক্সত প্ৰধানমন্ত্ৰীয়ে কয়:

 

 “২০২৫ চনৰ সন্মানীয় ফিডে বিশ্ব কাপ ২০২৫ আয়োজনৰ সুযোগ লাভ কৰি ভাৰতে অত্যন্ত সুখ আৰু আনন্দ লাভ কৰিছেআমাৰ যুৱ প্ৰজন্মৰ মাজত দবা খেলৰ প্ৰতি জনপ্ৰিয়তা বৃদ্ধি পাইছে। মই নিশ্চিত যে এই প্ৰতিযোগিতা ৰোমাঞ্চকৰ খেল প্ৰদৰ্শনৰ লগতে বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈসকল খেল প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব।

*****

MJPS/SR/NB


 


(Release ID: 2164642) Visitor Counter : 9