প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ প্ৰতি আস্থা ব্যক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী মিষ্টাৰ লৰেন্স ৱঙক ধন্যবাদ জ্ঞাপন কৰে
प्रविष्टि तिथि:
04 SEP 2025 1:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী মিষ্টাৰ লৰেন্স ৱঙক ভাৰতৰ ওপৰত আস্থা ব্যক্ত কৰাৰ বাবে ধন্যবাদ জনাইছে। শ্ৰী মোদীয়ে কয় যে বিকশিত ভাৰত গঢ়াৰ আমাৰ যাত্ৰাত ছিংগাপুৰ হৈছে মূল্যৱান অংশীদাৰ।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
"ভাৰতৰ ওপৰত আস্থা প্ৰকাশৰ বাবে প্ৰধানমন্ত্ৰী ৱং আপোনাক ধন্যবাদ!
বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত আমাৰ যাত্ৰাত ছিংগাপুৰ হৈছে মূল্যৱান অংশীদাৰ। আমি উন্নত উৎপাদন, দক্ষতা আৰু ডিজিটেল আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বাবে ৰূপৰেখা দ্ৰুতভাৱে ৰূপায়ণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।"
@LawrenceWongST
***
MJPS/VJ/KD
(रिलीज़ आईडी: 2163792)
आगंतुक पटल : 17
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam