প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত হোৱা ভূমিস্খলনত প্ৰাণ হানিক লৈ প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
27 AUG 2025 1:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাৰ শ্ৰী মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত হোৱা ভূমিস্খলনৰ ফলত প্ৰাণ হানিক লৈ শোক প্ৰকাশ কৰে।
আজি এক্সত শ্বেয়াৰ কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,
“শ্ৰী মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত হোৱা ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুৱাব লগা হোৱাটো দুখজনক। শোকসন্তপ্ত পৰিয়ালবোৰলৈ মোৰ সমবেদনা জনাইছো। আহতসকলে অতিশীঘ্ৰে আৰোগ্য লাভ কৰক। প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সহায় অব্যাহত ৰাখিছে। সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে মই প্ৰাৰ্থনা জনাইছো।”
***
MJPS/SR/KD
(ৰিলিজ আই ডি : 2161127)
অতিথি কক্ষ : 26
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam