প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশাখাপট্টনম ষ্টীল প্লাণ্টৰ অন্ধ্ৰ প্ৰদেশৰ ৰাইজৰ হৃদয় আৰু মনত এক বিশেষ স্থান আছেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 17 JAN 2025 5:54PM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণৰ হৃদয় আৰু মনত বিশাখাপট্টনম ষ্টীল প্লাণ্টৰ এক বিশেষ স্থান আছে। শ্ৰী মোদীয়ে কয় যে কালি কেবিনেট বৈঠকত উদ্যোগটোৰ বাবে ১০ হাজাৰ কোটি টকাৰো অধিক ইকুইটি সহায় আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে পোষ্টটোত লিখিছে:

"অন্ধ্ৰপ্ৰদেশবাসীৰ হৃদয় আৰু মনত বিশাখাপট্টনম ষ্টীল প্লাণ্টৰ বিশেষ স্থান আছে। কালি কেবিনেট বৈঠকত প্লাণ্টটোৰ বাবে ১০ হাজাৰ কোটি টকাৰো অধিক ইকুইটি চাপৰ্ট দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত তীখা খণ্ডৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।"

https://x.com/narendramodi/status/1880220646044467325?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1880220646044467325%7Ctwgr%5Ee5db7ca617aeff2eec1bacbdbab3d73f938b42a4%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.pib.gov.in%2FPressReleasePage.aspx%3FPRID%3D2093810


MJPS/VJ


(रिलीज़ आईडी: 2159557) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam