প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘পঞ্চম খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়া’ত অংশগ্ৰহণ কৰা সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে
Posted On:
23 JAN 2025 7:10PM by PIB Guwahati
‘পঞ্চম খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়া ২০২৫’ত অংশগ্ৰহণ কৰা সকলো খেলুৱৈলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শুভেচ্ছা জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে ‘এক্স’-ৰ এটা ‘পোষ্ট’ত লিখিছে:
"পঞ্চম খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়া ২০২৫’ত অংশগ্ৰহণ কৰা সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ! মই নিশ্চিত যে এই প্ৰতিযোগিতাখনে আগন্তুক প্ৰতিভাসকলক উৎসাহিত কৰিব। খেলসমূহো খেলুৱৈসকলৰ ভাৱনাৰ উৎসৱ হৈ উঠক।
@kheloindia”
@kheloindia pic.twitter.com/1bUx7SqKv8
— Narendra Modi (@narendramodi) January 23, 2025
***
MJPS/SR/KB
(Release ID: 2158816)
Visitor Counter : 2
Read this release in:
Tamil
,
Marathi
,
Telugu
,
Kannada
,
Bengali
,
Odia
,
English
,
Urdu
,
Hindi
,
Manipuri
,
Punjabi
,
Gujarati
,
Malayalam