প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সুলভ ব্ৰডবেণ্ড, ইউপিআই আৰু ডিজিটেল প্ৰশাসনৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 20 AUG 2025 1:28PM by PIB Guwahati

সুলভ ব্ৰডবেণ্ড, ইউপিআই আৰু ডিজিটেল শাসনৰ ক্ষেত্ৰত ভাৰতৰ প্ৰগতিৰ ওপৰত আলোকপাত কৰা এটা প্ৰবন্ধ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বেয়াৰ কৰিছে।

 

ওপৰত উল্লেখ কৰা বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই লিখা প্ৰবন্ধটোৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়,

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @jm _ scindia- উল্লেখ কৰিছে যে সুলভ ব্ৰডবেণ্ড, ইউপিআই আৰু ডিজিটেল প্ৰশাসন ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি এতিয়া গোলকীয় অধ্যয়নৰ বিষয়তেওঁ কয় যে ৫জি কৃত্ৰিম বুদ্ধিমত্তা, তথ্য আৰু প্ৰযুক্তি তথা চাইবাৰ সুৰক্ষাৰ পৰৱৰ্তী ঢৌত ভাৰতে নেতৃত্ব দিব আৰু নতুন মান প্ৰতিষ্ঠা কৰিব।

 

***

MJPS/ST/HS


(रिलीज़ आईडी: 2158354) आगंतुक पटल : 17
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali-TR , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam