প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱস, ২০২৫-ৰ ভাষণৰ বাবে নাগৰিকক চিন্তা ব্যক্ত কৰিবলৈ আহ্বান জনাইছে

Posted On: 01 AUG 2025 8:52AM by PIB Guwahati

ভাৰতে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অৰ্থে প্ৰস্তুতি অব্যাহত ৰখাৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰ পৰা তেখেতৰ ভাষণৰ বাবে সকলো নাগৰিককে তেওঁলোকৰ চিন্তা আৰু ধাৰণাৰাজি ব্যক্ত কৰিবলৈ আহ্বান জনায়।

এক্স-ত শ্বেয়াৰ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“আমি এই বৰ্ষৰ স্বাধীনতা দিৱসৰ ওচৰ চপাৰ লগে-লগে মই মোৰ সতীৰ্থ ভাৰতীয়সকলৰ পৰা শুনিবলৈ আগ্ৰহী হৈ উঠিছোঁ!

এই বৰ্ষৰ স্বাধীনতা দিৱসৰ ভাষণত আপুনি কেনে বিষয়বস্তু বা ধাৰণা প্ৰতিফলিত হোৱাটো বিচাৰে?

মাইগভ আৰু নমো এপ-ৰ অপেন ফৰামত আপোনাৰ চিন্তাৰাজি ব্যক্ত কৰক...

https://www.mygov.in/group-issue/let-your-ideas-and-suggestions-be-part-pm-modis-independence-day-speech-2025/

https://nm-4.com/MXPBRN

****

MJPS/SR/SB


(Release ID: 2151173)