প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী মেঘনাদ দেশাইৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
29 JUL 2025 10:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশিষ্ট চিন্তাবিদ, সাহিত্যিক আৰু অৰ্থনীতিবিদ শ্ৰী মেঘনাদ দেশাইৰ মৃত্যুত শোক প্ৰকাশ কৰে।
এক্সৰ এটা পোষ্টত তেওঁ কয় যে-
"এজন বিশিষ্ট চিন্তাবিদ, সাহিত্যিক আৰু অৰ্থনীতিবিদ শ্ৰী মেঘনাদ দেশাই জীৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিলে।ভাৰত আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে তেওঁ সদায় সংযুক্ত হৈ আছিল। ভাৰত-ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰাতো তেওঁ ভূমিকা পালন কৰিছিল। তেওঁৰ সৈতে হোৱা আলোচনাক সদায়ে মনত থাকিব, য'ত তেওঁ নিজৰ বহুমূলীয়া অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰিছিল। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।"
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2150081)
অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam