প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চি আৰ পি এফৰ প্ৰতিষ্ঠা দিৱসত বাহিনীটোৰ জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
27 JUL 2025 9:40AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চি আৰ পি এফৰ সকলো জোৱানক বাহিনীটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় "চি আৰ পি এফৰ জোৱানসকলে অতি প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ মাজত নিজৰ কৰ্তব্য, সাহস আৰু অটল দায়বদ্ধতাৰে এক বিশেষ স্থান দখল কৰিছে।"
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়-
"চি আৰ পি এফৰ সকলো জোৱানলৈ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা। এই বাহিনীটোৱে আমাৰ নিৰাপত্তা ব্যৱস্থাত, বিশেষকৈ আভ্যন্তৰীণ নিৰাপত্তাৰ সৈতে জড়িত প্ৰত্যাহ্বানমূলক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। চি আৰ পি এফ কৰ্মীসকলে অতি প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ মাজত নিজৰ কৰ্তব্য, সাহস আৰু অটল দায়বদ্ধতাৰে এক বিশেষ স্থান দখল কৰিছে।। মানৱীয় প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত তেওঁলোকৰ অৱদানো প্ৰশংসনীয়।"
@crpfindia
****
MJPS/VJ/DM
(ৰিলিজ আই ডি : 2148997)
অতিথি কক্ষ : 18
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam