প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক প্ৰদান কৰা হ'ল কী টু দ্য চিটি অব বুয়েনছ আয়াৰ্ছ সন্মান
পোষ্ট কৰা হৈছে:
06 JUL 2025 2:42AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি বুয়েনছ আয়াৰ্ছ চহৰ চৰকাৰৰ মুৰব্বী জৰ্জ মেক্ৰি ডাঙৰীয়াই কী টু দ্য চিটি অব বুয়েনছ আয়াৰ্ছ সন্মান প্ৰদান কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে;
"বুয়েনছ আয়াৰ্ছ চহৰ চৰকাৰৰ মুৰব্বী শ্ৰীমান জৰ্জ মেক্ৰিৰ পৰা কী টু দ্য চিটি অব বুয়েনছ আয়াৰ্ছ লাভ কৰি সন্মানিত হৈছো।"
@jorgemacri"
****
MJPS/ST
(ৰিলিজ আই ডি : 2142712)
অতিথি কক্ষ : 27
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam