প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মহিলা আৰু শিশু কল্যাণক ৰূপান্তৰিতকৰণৰ অৰ্থে প্ৰযুক্তিৰ সুযোগ গ্ৰহণ সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ কৰে
পোষ্ট কৰা হৈছে:
02 JUL 2025 2:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহিলা আৰু শিশু কল্যাণক ৰূপান্তৰিতকৰণৰ অৰ্থে চৰকাৰে প্ৰযুক্তিৰ সুযোগ গ্ৰহণ কৰা সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে কয়ঃ
"কেন্দ্ৰীয় মন্ত্ৰী @Annapurna4BJP জীয়ে মহিলা আৰু শিশু কল্যাণক ৰূপান্তৰিতকৰণৰ অৰ্থে চৰকাৰে প্ৰযুক্তিৰ সুযোগ গ্ৰহণ কৰা সন্দৰ্ভত লিখিছে। পোষণ ট্ৰেকাৰ, এটা সমৰ্পিত অভিযোগ নিষ্পত্তি মডিউল আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰৰ দৰে পদক্ষেপে সমগ্ৰ দেশতে বাস্তৱ-সময়ৰ, প্ৰভাৱশালী পৰিৱৰ্তনক আগুৱাই নিছে।"
****
MJPS/VJ/SB
(ৰিলিজ আই ডি : 2141559)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam