প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে উন্নত যোগাযোগ ব্যৱস্থা আৰু প্ৰচুৰ সম্পদে কেন্দ্ৰীয় শাসিত লাডাখক উপকৃত কৰা সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে
प्रविष्टि तिथि:
01 JUL 2025 12:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উন্নত যোগাযোগ ব্যৱস্থা আৰু প্ৰচুৰ সম্পদে কেন্দ্ৰীয় শাসিত লাডাখক উপকৃত কৰা সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে কয়ঃ
"কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী @nsitharaman-এ উন্নত যোগাযোগ ব্যৱস্থা আৰু প্ৰচুৰ সম্পদে কেন্দ্ৰীয় শাসিত লাডাখক উপকৃত কৰা সন্দৰ্ভত লিখিছে।"
***
MJPS/VJ/SB
(रिलीज़ आईडी: 2141373)
आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam