প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্বৰ কুচ্ছি সম্প্ৰদায়ক আষাঢ়ি বিজৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
27 JUN 2025 9:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুচ্ছি নৱবৰ্ষৰ আষাঢ়ি বিজ উপলক্ষে বিশ্বৰ কুচ্ছি সম্প্ৰদায়ক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক্সৰ পৃথক পৃথক পোষ্টত তেওঁ লিখিছিলঃ
"আষাঢ়ি বিজ উপলক্ষে বিশেষকৈ বিশ্বৰ কুচ্ছি সম্প্ৰদায়ক শুভেচ্ছা জনাইছো। আগন্তুক বছৰটোৱে সকলোৰে বাবে শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক।"
“અષાઢી બીજ એટલે કચ્છી નયેં વરેંજે અવસર તેં કચ્છમેં અને દેશ, દુનિયામેં વસધલ કચ્છી ભા, ભેણેં કે ધિલસેં વધાઇયું ડીયાંતો અને સુખ, શાંતિ, સમૃદ્ધિ અને આરોગ્ય હમેશાં જળવાઇ રે એડ઼ી શુભેચ્છાઉં ડીયાંતો.”
***
MJPS/SR/NB
(रिलीज़ आईडी: 2140074)
आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali-TR
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam