প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ বিকাশৰ যাত্ৰা সম্পৰ্কীয় নমো এপৰ সমীক্ষাত অংশগ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 09 JUN 2025 2:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১১ বছৰত ভাৰতৰ বিকাশৰ যাত্ৰাকলৈ প্ৰস্তুত কৰা  নমো এপৰ সমীক্ষাত অংশগ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে। শ্ৰী মোদীয়ে পৰ্টেলৰ এটা লিংকো শ্বেয়াৰ কৰে , য’ত যিকোনো ব্যক্তিয়ে বিগত ১১ বছৰত ভাৰতৰ বিকাশৰ  যাত্ৰাৰ বিষয়ে জন মন জৰীপত অংশগ্ৰহণ কৰিব পাৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে;

 

"আপোনাৰ মতামত আটাইতকৈ গুৰুত্বপূৰ্ণ! NaMo App ত এই সমীক্ষাত অংশগ্ৰহণ কৰক আৰু আমাক জনাওক যে আপুনি যোৱা ১১ বছৰত ভাৰতৰ বিকাশৰ যাত্ৰাক কেনেদৰে প্ৰত্যক্ষ কৰিছে। #11YearsOfSeva"

 

***

MJPS/ST/DM


(रिलीज़ आईडी: 2135258) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Khasi , English , Urdu , Marathi , हिन्दी , Nepali , Manipuri , Bengali-TR , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam