প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হিন্দুহ্ৰুদয়সম্ৰাট বালাছাহেব থাকৰে মহাৰাষ্ট্ৰ সমৰুদ্ধি মহামাৰ্গৰ উদ্বোধনী অনুষ্ঠান উপলক্ষ্যে মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
Posted On:
05 JUN 2025 6:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰক আন্তঃগাঁথনি নেতৃত্বাধীন বিকাশৰ প্ৰতি অটল দায়বদ্ধতাৰ বাবে প্ৰশংসা কৰিছে। হিন্দুহ্ৰুদয়সম্ৰাট বালাছাহেব ঠাকৰে মহাৰাষ্ট্ৰ সমৰুদ্ধি মহামাৰ্গৰ উদ্বোধনৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰক প্ৰশংসা কৰে।
উক্ত উদ্বোধনী অনুষ্ঠান সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দিয়া এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে লিখিছে;
" সংযোগ উন্নত কৰা আৰু ‘জীৱন সহজ’ কৰি তোলাৰ বিষয়ত অহৰহ মনোনিৱেশ কৰাৰ বাবে মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰক ধন্যবাদ জনাইছো।"
MJPS/ST/DM
(Release ID: 2134400)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam