প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে বষ্টৰৰ বিদ্ৰোহৰ পৰা সংহতিলৈ যাত্ৰাৰ বিষয়ে জনতা-কেন্দ্ৰিক শাসনৰ শক্তিক প্ৰতিফলিত কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে

Posted On: 26 MAY 2025 3:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাইৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য’ত জনতা-কেন্দ্ৰিক শাসনৰ শক্তিক প্ৰতিফলিত কৰি বষ্টৰৰ বিদ্রোহৰ পৰা সংহতিলৈ যাত্ৰাৰ বিষয়ে আলোচনা কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় হেণ্ডলে এক্সত ছত্তীশগড়ৰ চিএমঅ’ৰ এটা পোষ্টত প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে :

“বষ্টৰৰ বিদ্ৰোহৰ পৰা সংহতিৰ যাত্ৰাই জনতা-কেন্দ্ৰিক শাসনৰ শক্তিক প্ৰতিফলিত কৰিছে। মুখ্যমন্ত্ৰী শ্ৰী @vishnudsai য়ে কেনেদৰে জনজাতীয় কল্যাণ, নিৰাপত্তা আৰু উন্নয়নে ছত্তীশগড়ৰ বাবে এক নতুন অধ্যায়ৰ সূচনা কৰিছে সেই বিষয়ে শ্বেয়াৰ কৰিছে। এয়া নিশ্চয়কৈ পঠনীয়!”

***

MJPS/SR/KD


(Release ID: 2131368)