প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰতিৰক্ষা অভিষেক অনুষ্ঠান-২০২৫ (প্ৰথম পৰ্যায়)ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

Posted On: 22 MAY 2025 9:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত প্ৰতিৰক্ষা অভিষেক অনুষ্ঠান-২০২৫ (প্ৰথম পৰ্যায়)ত অংশগ্ৰহণ কৰে, য'ত সাহকিকতাৰ বঁটাসমূহ প্ৰদান কৰা হয়।

এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ

“প্ৰতিৰক্ষা অভিষেক অনুষ্ঠান-২০২৫ (প্ৰথম পৰ্যায়)ত অংশগ্ৰহণ কৰিলোঁ, য’ত সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰা হয়। আমাৰ দেশ ৰক্ষাৰ বাবে তেওঁলোকৰ সাহস আৰু দায়বদ্ধতাৰ বাবে ভাৰতে আমাৰ সশস্ত্ৰ বাহিনীৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিব।”

***

MJPS/SR


 


(Release ID: 2130917)