প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ত্ৰিনিদাদ আৰু টোবাগোত নিৰ্বাচনত জয়লাভ কৰাৰ বাবে শ্ৰীমতী কমলা পাৰছাদ-বিছেছৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
29 APR 2025 2:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়লাভ কৰাৰ বাবে শ্ৰীমতী কমলা পাৰসাদ-বিসেছাৰক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ভাৰত তথা ত্ৰিনিদাদ আৰু টোবাগোৰ মাজত ঐতিহাসিকভাৱে ঘনিষ্ঠ আৰু পাৰিবাৰিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এক্স-ৰ এটা পোষ্টত তেওঁ লিখিছে-
"নিৰ্বাচনত আপোনাৰ বিজয়ৰ বাবে আন্তৰিক অভিনন্দন @MPKamla। আমি ট্ৰিনিদাদ আৰু টোবাগোৰ সৈতে আমাৰ ঐতিহাসিকভাৱে ঘনিষ্ঠ আৰু পাৰিবাৰিক সম্পৰ্কক সন্মান কৰোঁ। আমি জনসাধাৰণৰ অংশীদাৰী সমৃদ্ধি আৰু কল্যাণৰ বাবে আমাৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ আপোনাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।"
***
MJPS/SR/DD
(ৰিলিজ আই ডি : 2125172)
অতিথি কক্ষ : 32
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam