প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

থাইলেণ্ডৰ ৰজা মহা ভাজিৰালোংকৰ্ণক সাক্ষাত্ কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 04 APR 2025 9:00PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত থাইলেণ্ডৰ ৰজা মহা ভাজিৰালোংকৰ্ণক সাক্ষাত্ কৰে।

‘এক্স’-ৰ এটা ‘পোষ্ট’ত, তেওঁ কয়:

"মহামান্য ৰজা মহা ভাজিৰালোংকৰ্ণক সাক্ষাত্ কৰিলোঁ। আমি ভাৰত আৰু থাইলেণ্ডৰ মাজত শক্তিশালী বন্ধুত্ব আৰু ইয়াক কেনেদৰে আৰু অধিক শক্তিশালী কৰিব পাৰি সেই বিষয়ে কথা পাতিছিলোঁ।"

 

 

***

MJPS/SR/KB


(रिलीज़ आईडी: 2119469) आगंतुक पटल : 38
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam