প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ ৱাট-ফো ভ্ৰমণ
प्रविष्टि तिथि:
04 APR 2025 3:23PM by PIB Guwahati
থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাত্ৰাৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাট ফ’ নামেৰে সুপৰিচিত ৱাট ফ্ৰা চেতুফন উইমন মাংখালাৰাম ৰাজৱাৰামহৱিহান ভ্ৰমণ কৰে।
প্ৰধানমন্ত্ৰীয়ে ভগৱান বুদ্ধৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই জ্যেষ্ঠ বৌদ্ধ সন্ন্যাসীসকলক ‘সংঘদান’ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে বুদ্ধৰ মন্দিৰত ‘অশোকন লায়ন কেপিটেল’ৰ প্ৰতিৰূপও উপহাৰ আগবঢ়ায়। এই উপলক্ষে তেওঁ দুয়োখন দেশৰ মাজত থকা শক্তিশালী আৰু সজীৱ সভ্যতাৰ সম্পৰ্কৰ কথাও সোঁৱৰাই দিয়ে।
***
MJPS/SR
(रिलीज़ आईडी: 2119232)
आगंतुक पटल : 31
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam