প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফলাফলৰ সবিশেষঃ নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ক্ৰিষ্টোফাৰ লাক্সনৰ ভাৰত ভ্ৰমণ

प्रविष्टि तिथि: 17 MAR 2025 2:27PM by PIB Guwahati

ঘোষণাঃ

১. ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি (এফটিএ) সন্দৰ্ভত আলোচনা আৰম্ভ কৰা

২. পেচাদাৰী আৰু দক্ষ শ্ৰমিকৰ আহ-যাহ সূচল কৰি তোলাৰ বাবে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আলোচনা আৰম্ভ কৰা;

৩. নিউজিলেণ্ডৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ (আইপিঅ’আই)ত যোগদান

৪. দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰতা (চিডিআৰআই)ৰ সদস্যপদ গ্ৰহণ নিউজিলেণ্ডৰ

দ্বিপাক্ষিক নথিপত্ৰঃ

১. যৌথ বিবৃতি

২. ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু নিউজিলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ;

৩. ভাৰতৰ কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদ (চিবিআইচি) আৰু নিউজিলেণ্ড শুল্ক সেৱাৰ মাজত অনুমোদিত অৰ্থনৈতিক অপাৰেটৰ-পাৰস্পৰিক স্বীকৃতি চুক্তি (এইঅ'-এমআৰএ);

৪. ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় তথা নিউজিলেণ্ডৰ প্ৰাথমিক উদ্যোগ মন্ত্ৰালয়ৰ মাজত উদ্যান পালনৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তি;

৫. ভাৰতৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয় তথা নিউজিলেণ্ডৰ প্ৰাথমিক উদ্যোগ মন্ত্ৰালয়ৰ মাজত বনানীকৰণ সম্পৰ্কীয় অভিপ্ৰায়পত্ৰ;

৬. ভাৰত গণৰাজ্যৰ শিক্ষা মন্ত্ৰালয় তথা নিউজিলেণ্ডৰ শিক্ষা মন্ত্ৰালয়ৰ মাজত শিক্ষা সহযোগিতা চুক্তি; আৰু

৭. ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় তথা নিউজিলেণ্ড চৰকাৰৰ ক্ৰীড়া বিভাগৰ মাজত ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি

 

***

MJPS/ST/DD


(रिलीज़ आईडी: 2111825) आगंतुक पटल : 48
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Khasi , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam