প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘জনঔষধী দিৱস’ত সুলভ স্বাস্থ্যসেৱাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 07 MAR 2025 12:20PM by PIB Guwahati

 

‘জনঔষধী দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উচ্চ মানৰ, সুলভ ঔষধ প্ৰদান কৰাৰ লগতে এখন স্বাস্থ্যৱান আৰু সুস্থ ভাৰত নিশ্চিত ভাৱে গঢ়াৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ ব্যক্ত কৰে।


প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত সহভাগ কৰে;


"#JanAushadhiDiwas এক স্বাস্থ্যৱান আৰু সুস্থ ভাৰত নিশ্চিত কৰিবলৈ জনসাধাৰণক শীৰ্ষ মানৰ আৰু সুলভ ঔষধ প্ৰদান কৰা কথাই আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰে। এই লানি বাৰ্তাত এই দিশত গ্ৰহণ কৰা পদক্ষেপৰ আভাস প্ৰদান কৰিব..."

 

 

***

MJPS/VJ/KB


(ৰিলিজ আই ডি : 2110239) অতিথি কক্ষ : 47